অসম

assam

ETV Bharat / city

মহানগৰীৰৰ চান্দমাৰীৰ অমিয়নগৰত ভূমিস্খলন

যোৱা কেইবাদিনৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ কেইবাটাও অঞ্চলত ভূমিস্খলন হৈছে । বুধবাৰে ৰাতিপুৱা গড়চুকৰ পিচত চান্দমাৰীৰ অমিয়নগৰটো ভূমিস্খলনৰ ফলত বাট পথৰ ক্ষতিসাধন হৈছে ।

মহানগৰীৰৰ চান্দমাৰীৰ অমিয়নগৰত ভূমিস্খলন

By

Published : Jul 11, 2019, 3:46 AM IST

গুৱাহাটী 11 জুলাইঃ যোৱা কেইবাদিনৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ কেইবাটাও অঞ্চলত ভূমিস্খলন হৈছে । বুধবাৰে ৰাতিপুৱা গড়চুকৰ পিচত চান্দমাৰীৰ অমিয়নগৰটো ভূমিস্খলনৰ ফলত বাট পথৰ ক্ষতিসাধন হৈছে । হলি চাইল্ড স্কুলৰ সমীপত হোৱা ভূমিস্খলন ফলত অঞ্চলটোৰ মুখ্য ঘাইপথটো ক্ষতি সাধন হৈছে ৷ এই ভূমিস্খলনে স্থানীয় ৰাইজক চিন্তিত কৰি তুলিছে । স্থানীয় ৰাইজে আশংকা কৰিছে যে এইদৰে যদি ভূমিস্খলন হৈ থাকে তেনেহলে পথটোৰ সমীপত থকা ঘৰ সমূ্হৰ লগতে মানুহৰ জীৱনো ক্ষতিসাধন হ’ব পাৰে ।

মহানগৰীৰৰ চান্দমাৰীৰ অমিয়নগৰত ভূমিস্খলন

ABOUT THE AUTHOR

...view details