অসম

assam

ETV Bharat / city

গুৱাহাটী বিস্ফোৰণ : ঘটনাস্থলীত উপস্থিত হৈ পৰিদৰ্শন আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ

ঘটনা সম্পৰ্কত মন্তব্য প্ৰকাশ মন্ত্ৰী কেশৱ মহন্ত , ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকা আৰু ববিতা শৰ্মাৰ

গুৱাহাটী বিস্ফোৰণ

By

Published : May 15, 2019, 11:17 PM IST

  • গুৱাহাটী বিস্ফোৰণস্থলী পৰিদৰ্শন আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ
  • তন্ন-তন্নকৈ পৰিদৰ্শন কৰিলে পৰিস্থিতিৰ
  • গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ আহতসকলক সহায়-সহযোগিতা আগবঢ়ালে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকাই
  • মানুহ মাৰি কৰা আন্দোলন নালাগে বুলি সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে
  • ইপিনে ঘটনা সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে ববিতা শৰ্মাইয়ো
    গুৱাহাটী বিস্ফোৰণ

ABOUT THE AUTHOR

...view details