অসম

assam

By

Published : Apr 30, 2019, 5:33 PM IST

ETV Bharat / city

পুনৰ বৃদ্ধি পালে পেট্ৰল - ডিজেলৰ মূল্য

পুনৰ বৃদ্ধি পালে পেট্ৰল - ডিজেলৰ মূল্য । গুৱাহাটী মহানগৰীত পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি পাই ক্ৰমে ৭২.৬৭ টকা আৰু ৬৭.১৬ টকা হয়গৈ ।

PETROL - DIESEL PRICE HIKE

গুৱাহাটী, ৩০ এপ্ৰিল: ৰাজ্যত পুনৰ বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ মূল্য । মঙলবাৰে পেট্ৰলত ০.৫ টকা আৰু ডিজেলত ০.৫ টকা বৃদ্ধি পায় । গুৱাহাটী মহানগৰীত পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি পাই ক্ৰমে ৭২.৬৭ টকা আৰু ৬৭.১৬ টকা হয়গৈ ।

PETROL - DIESEL PRICE HIKE

ABOUT THE AUTHOR

...view details