অসম

assam

ETV Bharat / city

জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ যুৱতীৰ মৃত্যু - KAMRUP

পলাশবাৰীৰ বজাৰাপাৰাত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এগৰাকী যুৱতীৰ মৃত্যু হয় ৷

জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ যুৱতীৰ মৃত্যু

By

Published : Jul 7, 2019, 8:50 PM IST

Updated : Jul 7, 2019, 9:15 PM IST

আজাৰা,৭জুলাই : ৰাজ্যত সংহাৰী ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে । ইতিমধ্যে এই ৰোগত আক্ৰান্ত হৈ প্ৰায় 49 গৰাকী লোকৰ মৃত্যু হৈছে । দেওবাৰে পলাশবাৰীৰ বজাৰাপাৰাত পুনৰ এগৰাকী যুৱতীৰ মৃত্যু হয় । যুৱতীগৰাকীৰ নাম মিনতি দাস । যুৱতীগৰাকী জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ আমিনগাঁওস্থিত GNRCত চিকিৎসাধীন হৈ থকাৰ সময়তে দেওবাৰে যুৱতীগৰাকীৰ মৃত্যু হয় । ইফালে, যুৱতীগৰাকীৰ মৃত্যুৰ পাছতেই সমগ্ৰ পলাশবাৰীত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ।

জাপানীজ এনকেফেলাইটিজত আক্ৰান্ত হৈ যুৱতীৰ মৃত্যু
Last Updated : Jul 7, 2019, 9:15 PM IST

ABOUT THE AUTHOR

...view details