মুখ্যমন্ত্ৰীৰ নিৰ্দেশঃ ডাঃ দেবেন দত্তৰ হত্যাৰ বিচাৰ হ'ব ফাষ্ট ট্ৰেক আদালতত - মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
ডাঃ দেবেন দত্তৰ হত্যাৰ ঘটনাৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে সম্পন্ন কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ ৷ এইক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
ডাঃ দেবেন দত্তৰ হত্যাৰ বিচাৰ হ'ব ফাষ্ট ট্ৰেক আদালতত
গুৱাহাটী, ৪ ছেপ্টেম্বৰঃ
- ডাঃ দেবেন দত্তৰ হত্যাৰ ঘটনাৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে সম্পন্ন কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ
- এইক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- বুধবাৰে বিত্ত বিভাগৰ আয়ুক্ত সচিব শ্যাম জগন্নাথনক হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব ন্যস্ত কৰে মুখ্যমন্ত্ৰীয়ে
- মুখ্যমন্ত্ৰীয়ে প্ৰয়াত চিকিৎসকগৰাকীৰ পত্নীৰ সৈতে টেলিফোন যোগে বাৰ্তালাপ কৰে
- ডা০ দেবেন দত্তৰ হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা মুখ্যমন্ত্ৰীৰ