অসম

assam

ETV Bharat / city

ইলু দাস হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

দেওবাৰে মূল অভিযুক্ত ছাইফুল আলীক গ্ৰেপ্তাৰ কৰে গুৱাহাটী ৰে'লৱে আৰক্ষীয়ে ৷ গুৱাহাটী ৰে'লৱে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে  ছাইফুলক । 13 এপ্ৰিল তাৰিখে সন্ধিয়া উৰণীয়া সেতু ৰে'ল লাইনৰ কাষত ইলু দাসক হত্যা কৰিছিল  ছাইফুল আলী ওৰফে চেম্পিয়ন বাবুয়ে ৷

By

Published : Apr 15, 2019, 8:28 PM IST

Updated : Apr 16, 2019, 1:50 PM IST

ইলু দাস হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

গুৱাহাটী, 15 এপ্ৰিল : ইলু দাসৰ হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত মূল অভিযুক্ত ছাইফুল আলীক গ্ৰেপ্তাৰ । গুৱাহাটী ৰে'লৱে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছাইফুলক । 13 এপ্ৰিল তাৰিখে সন্ধিয়া উৰণীয়া সেতু ৰে'ল লাইনৰ কাষত ইলু দাসক হত্যা কৰিছিল ছাইফুল আলী ওৰফে চেম্পিয়ন বাবুয়ে ৷

ইলু দাস হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

আনহাতে উক্ত ঘটনাত আঘাতপ্ৰাপ্ত হৈছিল সমিৰ আলী নামৰ এগৰাকী লোক ৷ ড্ৰাগছ সেৱন কৰাৰ পাচত প্ৰথমতে কাজিয়াৰ সূত্ৰপাত হোৱাৰ পাচতেই ছাইফুল আলিয়ে হত্যা কৰিছিল ইলু দাসক ৷ ইয়াৰ পাচতেই সোমবাৰে ৰে'ল আৰক্ষীয়ে লতাশিল অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ছাইফুল আলীক ৷

Last Updated : Apr 16, 2019, 1:50 PM IST

ABOUT THE AUTHOR

...view details