অসম

assam

ETV Bharat / city

ন-ৰূপত বৰঝাৰ বিমানবন্দৰ - বৰঝাৰ বিমানবন্দৰ

ন-ৰূপ ল'ব লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে ৷ এই সন্দৰ্ভত Airport Authority of Indiaৰ সংবাদমেল ।

ন-ৰূপত বৰঝাৰ বিমানবন্দৰ

By

Published : Sep 19, 2019, 7:02 PM IST

গুৱাহাটী, 19 চেপ্তেম্বৰঃৰাজ্যবাসীৰ বাবে সু-খবৰ৷ অতি শীঘ্ৰেই ন ৰূপ ল'ব বৰঝাৰস্থিত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে । সম্পূৰ্ণ নতুন আৰ্হিত উজ্বলিব লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ । এই কথা এক সংবাদমেল যোগে সদৰি কৰিলে Airport Authority India ৰ বিষয়ববীয়াই । বৰঝাৰস্থিত Airport Authority of Indiaৰ উত্তৰ-পূৱ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক সংবাদমেলযোগে এই কথা জনালে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ আঞ্চলিক প্ৰৱন্ধক সঞ্জিৱ জিন্দালে । ২০২১ৰ ভিতৰত নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ'ব এই নতুন টাৰ্মিনেলৰ ।

ন-ৰূপত বৰঝাৰ বিমানবন্দৰ

বিভিন্ন সা-সুবিধা থাকিব এই নতুন টাৰ্মিনেলত । ১০০০ ৰো অধিক CC camera,অগ্নিনিৰ্বাপনৰ বিশেষ সুবিধাকে ধৰি বহুতো অত্যাধুনিক সামগ্ৰী উপলব্ধ হ'ব বিমানবন্দৰটোত । ১২৩২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব বিমানবন্দৰতো । পুনৰ নিৰ্মাণ হৈ থকা বিমানবন্দৰটোত যাত্ৰীৰ সুবিধাৰ বাবে অৱলম্বন কৰা হৈছে বিভিন্ন নতুন ব্যৱস্থা ।

ABOUT THE AUTHOR

...view details