অসম

assam

ETV Bharat / city

মহানগৰীত দিন ডকাইতি : লুটি নিলে ডেৰ লাখকৈ টকা

মহানগৰীত গাড়ীৰ আইনা ভাঙি দুৰ্বৃত্তই লুটি নিলে ডেৰ লাখকৈ টকা

By

Published : Aug 22, 2019, 11:33 PM IST

মহানগৰীত দিন ডকাইতি

  • মহানগৰীৰ মালিগাঁৱত সংঘটিত হৈছে দিন ডকাইতি ঘটনা
  • গাড়ীৰ আইনা ভাঙি দুৰ্বৃত্তই লুটি নিলে ডেৰ লাখকৈ টকা
  • দীপক দাস নামৰ লোকজনে গড়চুকৰ SBIৰ পৰা উলিয়াই আনিছিল টকাখিনি
  • মালিগাঁৱত গাড়ীত টকাখিনি থৈ বজাৰ কৰি থাকোতে টকাখিনি লৈ পলায়ন দুৰ্বৃত্তৰ
  • জালুকবাৰী থানাৰ সমীপতে সংঘটিত হৈছে এই ঘটনা
    মহানগৰীত গাড়ীৰ আইনা ভাঙি দুৰ্বৃত্তই লুটি নিলে ডেৰ লাখকৈ টকা

ABOUT THE AUTHOR

...view details