অসম

assam

ETV Bharat / city

অসুস্থ প্ৰাক্তন বিধায়ক শৰৎ শইকীয়াৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে

বিগত সপ্তাহৰ  পৰা  ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত চিকিৎসাধীন হৈ আছে শইকীয়া ৷মাহমৰা সমষ্টিৰ প্ৰাক্তন বিধায়গৰাকীৰ স্বাস্থ্যৰ বুজ ল'বলৈ মঙলবাৰে ডিব্ৰুগড়ত উপস্থিত হয় মুখ্যমন্ত্ৰী সোণোৱাল ৷

অসুস্থ ৰাজনীতিবিদ শৰৎ শইকীয়া

By

Published : Mar 20, 2019, 10:51 AM IST

ডিব্ৰুগড়, 20 মাৰ্চ : গুৰুতৰভাৱেঅসুস্থ প্ৰবীণ ৰাজনীতিবিদ তথা মাহমৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক শৰৎ শইকীয়া ৷ বিগত সপ্তাহৰ পৰা ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত চিকিৎসাধীন হৈ আছে শইকীয়া ৷

অসুস্থ ৰাজনীতিবিদ শৰৎ শইকীয়া
প্ৰবীণ ৰাজনীতিবিদগৰাকীৰ স্বাস্থ্যৰ বুজ ল'বলৈ মঙলবাৰে চিকিৎসালয়খনত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ বিজেপি নেতাগৰাকীৰ আশু আৰোগ্য কামনা কৰাৰ লগতে চিকিৎসাৰ সু-ব্যৱস্থা কৰিবলৈ চিকিৎসালয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

ABOUT THE AUTHOR

...view details