অসম

assam

ETV Bharat / city

ডিব্ৰুগড়ত দিন-দুপৰতে ডকাইতি কাণ্ড - ডকাইতি

বাইকেৰে আহি মহিলাৰ পৰা থপিয়াই লৈ গ'ল 2 লাখ টকা

ডিব্ৰুগড়ত দিন-দুপৰতে ডকাইতি

By

Published : Mar 12, 2019, 10:49 PM IST

Updated : Mar 12, 2019, 11:29 PM IST

ডিব্ৰুগড়, 12 মাৰ্চ :মঙলবাৰে ডিব্ৰুগড় চহৰত দিন-দুপৰতে সংঘটিত হয় ডকাইতিৰ ঘটনা ৷ পালচাৰ বাইকত অহা দুৰ্বৃত্তই মহিলাৰ পৰা থপিয়াই লৈ গ'ল 2 লাখ টকা ৷ ডিব্ৰুগড়ৰ এলাহবাদ বেংকৰ পৰা জমা ধন উলিয়াই নিজ ঘৰলৈ বুলি ৰাওনা হওঁতেই ডিব্ৰুগড়ৰ পুৰণি ৰে'ল ষ্টেচন পৰা কিছু দূৰৈত আৰাধনা সুন্দৰম নামৰ এগৰাকী মহিলাগৰাকীৰ হাতৰ পৰা বাইকেৰে অহা দুৰ্বৃত্তই থপিয়াই লৈ যায় সমগ্ৰ ধন ৷

ডিব্ৰুগড়ত দিন-দুপৰতে ডকাইতি

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ডিব্ৰুগড় চহৰৰ অঞ্চলৰ পৰা একেদিনাই দুগৰাকী লোকৰ পৰা পৃথকে পৃথকে পালচাৰ বাইকত অহা দুৰ্বৃত্তই কাঢ়ি নিছিল নগদ ধন ৷

এমাহ পূৰ্বৰ ঘটনাৰ এই পুনৰাবৃত্তিয়ে আকৌ এবাৰ উদঙাই দিলে ডিব্ৰুগড়ৰ আৰক্ষীৰ ফোঁপোলাস্বৰূপ ৷

Last Updated : Mar 12, 2019, 11:29 PM IST

ABOUT THE AUTHOR

...view details