অসম

assam

মুখ্যমন্ত্ৰীৰ সভাত অখিল গগৈ জিন্দাবাদ ধ্বনি

By

Published : Jan 16, 2021, 11:23 AM IST

Updated : Jan 16, 2021, 3:40 PM IST

টেঙাখাত থানত অনুষ্ঠিত হোৱা মৈত্ৰী আঁচনিৰ উদ্বোধনী অনুষ্ঠানত এগৰাকী মহিলাই দিলে অখিল গগৈ জিন্দাবাদ ধ্বনি ৷ অখিল গগৈক বিনা চৰ্তে মুকলি দিলে পুনৰ চৰকাৰ গঠন কৰিব পাৰিব সোণোৱাল চৰকাৰে ৷

মুখ্যমন্ত্ৰীৰ সভাত অখিল গগৈ জিন্দাবাদ ধ্বনি
cন\মুখ্যমন্ত্ৰীৰ সভাত অখিল গগৈ জিন্দাবাদ ধ্বনি

মৰাণ, 16 জানুৱাৰী : শুকুৰবাৰে টেঙাখাত থানত অনুস্থিত হৈছিল মৈত্ৰী আঁচনিৰ উদ্বোধনী অনুষ্ঠান ৷ এই উদ্বোধনী অনুষ্ঠানতেই লাগিল অথন্তৰ ৷ এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীক সম্বোধন কৰি এগৰাকী মহিলাই দিলে অখিল গগৈ জিন্দাবাদ ধ্বনি ৷

মুখ্যমন্ত্ৰীৰ সভাত অখিল গগৈ জিন্দাবাদ ধ্বনি

মুখ্যমন্ত্ৰীক হাত জোৰ কৰি কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুকলি কৰি দিবলৈ কৰিলে অনুৰোধ ৷ লগতে ক’লে, মাতৃৰ মনৰ কথা বুজি পাব লাগে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ যদিহে অখিল গগৈক বিনা চৰ্তে মুকলি কৰি দিয়ে, তেন্তে পুনৰ চৰকাৰ গঠন কৰিব পাৰিব সোণোৱাল চৰকাৰে ৷

লগতে পঢ়ক : চি চি কেমেৰাত বন্দী ধন লুটৰ চাঞ্চল্যকৰ দৃশ্য

Last Updated : Jan 16, 2021, 3:40 PM IST

ABOUT THE AUTHOR

...view details