ডিব্ৰুগড়,17 জানুৱাৰী :ৰাম মন্দিৰ নিৰ্মাণৰ বাবে শুকুৰবাৰৰ পৰা ইতিমধ্যে আৰম্ভ হৈছে বৰঙণি সংগ্ৰহ প্ৰক্ৰিয়া ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে মৰাণতো আৰম্ভ হৈছে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে নিধি সংগ্ৰহ প্ৰক্ৰিয়া ৷ ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ পৰিয়ালে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে সংঘৰ কাৰ্যকৰ্তাৰ জৰিয়তে আগবঢ়ালে অৰিহণা ।
ৰাম মন্দিৰ নিৰ্মাণৰ বাবে মৰাণৰ বিধায়কৰ পৰিয়ালে আগবঢ়ালে অৰিহণা - ডিব্ৰুগড় জিলাৰ মৰাণ
ৰাম মন্দিৰ নিৰ্মাণৰ বাবে নিধি সংগ্ৰহ প্ৰক্ৰিয়াত আগভাগ লৈছে ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ পৰিয়ালেও ৷
ৰাম মন্দিৰ নিৰ্মাণৰ বাবে মৰাণৰ বিধায়কৰ পৰিয়ালে সংঘৰ কাৰ্যকৰ্তাৰ জৰিয়তে আগবঢ়ালে অৰিহণা
উল্লেখ্য যে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে নিধি সংগ্ৰহ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছৰ পৰাই ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মৰাণ সমষ্টিবাসী ৰাইজেও স্বতঃৰ্স্ফুত ভাৱে অৰিহণা আগবঢ়োৱা পৰিলক্ষিত হৈছে ।
লগতে পঢ়ক :গহপুৰৰ ভোলাগুৰি চাহ বাগিছাত গীতে-মাতে সোঁৱৰণ ৰূপকোঁৱৰক