মৰাণৰ জৱাহৰ নবোদয় বিদ্যালয়ত পাঁচ ছাত্ৰৰ প্ৰহাৰত গুৰুতৰভাৱে আহত ছাত্ৰ
মৰাণস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ত মাৰপিটৰ ঘটনা(Dibrugarh Jawahar Navodaya Vidyalaya) ৷ পাঁচ ছাত্ৰৰ নিৰ্মম আক্ৰমণৰ বলি হৈ গুৰুতৰভাৱে আহত এজন ছাত্ৰ(Brutal torture with Student of JNV)। অভিযুক্ত ছাত্ৰকেইজনক অনিৰ্দিষ্ট দিনলৈ নিলম্বন বিদ্যালয় কৰ্তৃপক্ষৰ ৷
স্বাধীনতা দিৱস উপলক্ষে বিনামূলীয়া চিকিৎসা শিবিৰ
স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ডিব্ৰুগড় জিলাৰ সংখ্যালঘু ছাত্ৰ ইউনিয়ন তথা আমছুৰ মহিলা কোষৰ সহযোগত মঙলবাৰে চাউলখোৱাত এটি বিনামূলীয়া চকু আৰু স্বাস্থ্য শিবিৰ আয়োজন কৰে (Free eye check up camp in Dibrugarh ) ৷
ঘৰৰ ভিতৰত বাহন সোমাই মহতিয়াই লৈ গ’ল শুই থকা যুৱতীক
তীব্ৰবেগী বাহনে নিয়ন্ত্ৰণ হেৰুৱাই এটা বাসগৃহৰ দেৱাল ভাগি ভিতৰত সোমাই যায় (Bolero met an accident in Dhuri)৷ ফলত বাসগৃহটোৰ ভিতৰত শুই থকা এগৰাকী 22 বছৰীয়া যুৱতী গুৰুতৰভাৱে হয় ৷
কা আন্দোলনত নিহতসকলৰ ক্ষেত্ৰত তদন্ত সম্পূৰ্ণ নকৰাটো অক্ষমণীয় ক্ৰুটি আখ্যা হীৰেন গোঁহাইৰ
কা আন্দোলনৰ প্ৰসংগত পুনৰ সংবাদমেল সম্বোধন কৰিলে বুদ্ধিজীৱী ড৹ হীৰেন গোঁহায়ে ৷ কা আন্দোলনত আৰক্ষীৰ গুলীত নিহতসকলে এতিয়া ক্ষতিপূৰণ নোপোৱাৰ লগতে তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাৰ প্ৰসংগত গুৰুত্বপূৰ্ণ মন্তব্য কৰে ড৹ গোঁহায়ে ৷
জনতা ভৱনত মঙলবাৰৰ দুপৰীয়ালৈকে উৰি থাকিল ৰাষ্ট্ৰীয় পতাকা
চৰকাৰে পতাকা উত্তোলন তথা উৰুৱাই ৰখাত যিমান গুৰুত্ব দিলে সিমান গুৰুত্ব পতাকাখন নমাই ৰখাত নিদিলে । যাৰ পৰিপ্ৰেক্ষিতত ১৬ আগষ্টতো বহু অঞ্চলত উৰি থাকিল জাতীয় পতাকা । আনতো বাদেই, স্বয়ং চৰকাৰৰ ঘৰখনতেই মঙলবাৰেও উৰি থাকিল জাতীয় পতাকা(National flag continued to fly at Janata Bhawan on Tuesday)।