অসম

assam

ETV Bharat / business

সামান্য হ্ৰাস পালে পেট্ৰলৰ মূল্য, উৰ্দ্ধগামী ডিজেলৰ মূল্য

শুকুৰবাৰৰ দিনটোত গুৱাহাটী মহানগৰীত পেট্ৰ'ল মূল্য ৭০.৫৮ টকা আৰু ডিজেল মূল্য ৬৬.৩৯ টকা ।

By

Published : May 17, 2019, 10:45 AM IST

Updated : May 18, 2019, 12:13 PM IST

হ্ৰাস পালে পনীয়া সোণৰ মূল্য

গুৱাহাটী, ১৬ মেঃ আজি হ্ৰাস পালে পনীয়া সোণৰ মূল্য ।

হ্ৰাস পালে পনীয়া সোণৰ মূল্য । গুৱাহাটীৰ মহানগৰীত পেট্ৰ'ল ৭০.৫৮ টকা আৰু ডিজেল ৬৬.৩৪ (66.39) টকা । সঘনাই বৃদ্ধি পোৱা পেট্ৰ'ল-ডিজেলৰ মূল্যই জ্বলা-কলা খোৱাইছে সাধাৰণ গ্ৰাহকক । ইয়াকলৈ যেন কোনো নিয়ন্ত্ৰণ নাই কেন্দ্ৰীয় চৰকাৰৰ । কিন্তু ইয়াৰ বিপৰীতে আজি প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ০8 পইছাকৈ হ্ৰাস আৰু ডিজেলত বৃদ্ধি পালে ০৫ পইছা বুলি জানিব পৰা গৈছে ।

হ্ৰাস পালে পনীয়া সোণৰ মূল্য

লগতে আন এটা বাতৰি- মিছা প্ৰলোভনেৰে বিবাহ আৰু তাৰ পাচত চৰম প্ৰতাৰণা

Last Updated : May 18, 2019, 12:13 PM IST

ABOUT THE AUTHOR

...view details