নিউজ ডেস্ক, ১৩ জুন :ভাৰতত ৩ লাখ অতিক্ৰম কৰিলে কোভিড ১৯ ত আক্ৰান্তৰ সংখ্যাই । শুকুৰবাৰে ভাৰতত সৰ্বাধিক ১১,৪৫৮ গৰাকী লোক কোভিড ১৯ ত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হয় ৩৮৬ গৰাকীৰ ।
বৰ্তমান দেশখনত কোভিড ১৯ ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৩,০৯,৭০৮ জনলৈ আৰু মৃত্যু হৈছে ৮,৮৯৩ জনৰ ।ইয়াৰে ১,৫৪,৪১৩ গৰাকীয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে চিকিৎসাধীন অৱস্থাত আছে ১,৪৬,৩৯০ গৰাকী লোক ।