অসম

assam

ETV Bharat / business

গুগলে নিৰ্মাণ নকৰে মোবাইল-টেবলেট

2018 চনত অন্তিমটো পিক্সেল শ্লেট নিৰ্মাণ কৰিছিল গুগলে৷

By

Published : Jun 22, 2019, 7:38 PM IST

গুগলে নিৰ্মাণ নকৰে মোবাইল-টেবলেট

নিউজ ডেস্ক, 22 জুন : এতিয়াৰে বজাৰত উপলব্ধ নহ'ব গুগলৰ নতুন মোবাইল আৰু টেবলেট৷ পিক্সলে ফোন আৰু টেবলেট নিৰ্মাণ নকৰাৰ সিদ্ধান্ত চাৰ্চ ইঞ্জিন অপটিমাইজেশ্বন তথা প্ৰসিদ্ধ কোম্পানীটোৰ৷

গুগলৰ মুখপাত্ৰই কম্পিউটাৰ ৱৰ্ল্ড ক জনাইছে এই কথা৷ টেবলেট আৰু মোবাইলৰ নিৰ্মাণ এৰি সম্পূৰ্ণভাৱে কম্পিউটাৰ নিৰ্মাণত মনোনিৱেশ কৰিব গুগলে৷ 2018 চনত অন্তিমটো পিক্সেল শ্লেট নিৰ্মাণ কৰিছিল গুগলে৷

For All Latest Updates

ABOUT THE AUTHOR

...view details