মুম্বাই, 30 মাৰ্চঃৰাষ্ট্ৰীয় কংগ্ৰেছ পাৰ্টীৰ অধ্যক্ষ শ্বাৰদ পাৱাৰে সোমবাৰে কয় যে, ব্যৱসায়িক আৰু অৰ্থনৈতিক কাৰ্যকলাপ স্থগিত থকাৰ বাবে অৰ্থনীতিত বৃহৎ প্ৰভাৱ পৰিব । কৰ'ণা ভাইৰাচে প্ৰভাৱ পেলোৱা অৰ্থনৈতিক প্ৰভাৱৰ বাবে সকলোকে সাজু থাকিবলৈ নেতাগৰাকীয়ে আহ্বান জনায় ।
কৰ'ণা ভাইৰাচে প্ৰভাৱ পেলোৱা অৰ্থনীতিৰ বাবে সাজু থাকক: পাৱাৰ
ফেচবুকৰ লাইভত জনসাধাৰণৰ সৈতে মত বিনিময় কৰি এই কথা প্ৰকাশ কৰে এন চি পিৰ নেতা শ্বাৰদ পাৱাৰে । লক ডাউনৰ সময়চোৱাত সকলো লোককে ঘৰৰ ভিতৰতে থাকিবলৈ আহ্বান জনাইছে নেতাগৰাকীয়ে ।
কৰ'ণা ভাইৰাচে প্ৰভাৱ পেলোৱা অৰ্থনীতিৰ বাবে সাজু থাকক: পাৱাৰ
ফেচবুকৰ লাইভত জনসাধাৰণৰ সৈতে মত বিনিময় কৰি এই কথা প্ৰকাশ কৰে এন চি পিৰ নেতাগৰাকীয়ে । লগতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লক ডাউনৰ সময়চোৱাত সকলো লোককে অপ্ৰয়োজনীয়ভাবে খৰচ নকৰিবলৈ আহ্বান জনোৱাৰ লগতে কৰ'ণা ভাইৰাচৰ সংক্ৰমণ ৰোধিবলৈ ঘৰৰ ভিতৰতে থাকিবলৈ আহ্বান জনাইছে ।