ইণ্টাৰনেশ্যনেল ডেস্ক, ২২ জুন :ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী সন্দৰ্ভত মত প্ৰকাশ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনৰ । সংবিধান সংশোধন আইন গৃহীত হ'লে তেওঁ ৰাষ্ট্ৰপতি পদৰ বাবে নীতিৰ বাহিৰত নাযায় বুলি মন্তব্য কৰে ৰাষ্ট্ৰপতি পুটিনে ।
ৰাছিয়াৰ আগন্তুক ৰাষ্ট্ৰপতি পদৰ পৰা বাহিৰ নহয় পুটিন - ৰাছিয়াত গণভোট কাৰ্যসূচী
আগন্তুক ১ জুলাই তাৰিখে ৰাছিয়াত সাংবিধানিক সংশোধনৰ আধাৰত এক গণভোট কাৰ্যসূচী আয়োজন কৰা হ'ব । যদি এই বিলখন পাছ হয় তেন্তে এই বিলখনে ব্লাডিমিৰ পুটিনক ২০২৪ চনত পুনৰ ৰাষ্ট্ৰপতি পদৰ বাবে সমৰ্থন কৰিব ।
ৰাছিয়াৰ আগন্তুক ৰাষ্ট্ৰপতি পদৰ বাহিৰ নহয় পুটিন
সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি তেওঁ কয় যে, ‘’উত্তৰাধিকাৰীসকলৰ অনুসন্ধানৰ বিপৰীতে কাম-কাজ কৰাতো অতি জৰুৰী ।'' উল্লেখ্য যে, আগন্তুক ১ জুলাই তাৰিখে ৰাছিয়াত সাংবিধানিক সংশোধনৰ আধাৰত এক গণভোট কাৰ্যসূচী আয়োজন কৰা হ'ব । যদি এই বিলখন পাছ হয় তেন্তে এই বিলখনে পুটিনক ২০২৪ চনত পুনৰ ৰাষ্ট্ৰপতি পদৰ বাবে সমৰ্থন কৰিব ।
লগতে পঢ়ক : ৰাজ্যত বৃদ্ধি কোভিড-19ত আক্ৰান্ত ৰোগীৰ সংখ্যা