অসম

assam

ETV Bharat / briefs

মিলান আৰু তুৰিনত ২০১৫ চনত দেখা গৈছিল ক'ৰণা ভাইৰাছৰ অৱস্থিতি - তুৰিন

২০১২ চনৰ অক্টোবৰৰ পৰা ২০২০ চনৰ ফেব্ৰুৱাৰী মাহলৈ উত্তৰ ইটালীৰ জলজ উদ্ভিদ থকা অঞ্চলৰ পানীৰ ৪০ টা নমুনা সংগ্রহ কৰি কৰা এক গৱেষণাত প্ৰকাশ পাইছে তথ্য ।

Virus was in Italy's wastewater before Christmas: Study
Virus was in Italy's wastewater before Christmas: Study

By

Published : Jun 20, 2020, 4:29 PM IST

ইটালিৰ, ২০ জুন: মিলান আৰু তুৰিনৰ উত্তৰ দিশৰ অঞ্চলত দূষিত পানীত ২০১৫ চনৰ ডিচেম্বৰত দেখা গৈছিল নতুন ক'ৰণা ভাইৰাছৰ অৱস্থিতি । কিন্তু অঞ্চলকেইটাৰ জনসংখ্যা গণনা কৰাৰ পূৰ্বে বিয়পি পৰিছিল এই ভাইৰাছ । ইটালীৰ নেছনেল ইনষ্টিটিউট অৱ হেলথৰ এক সমীক্ষাত প্ৰকাশ পাইছে তথ্য ।

মিলান আৰু তুৰিনত ২০১৫ চনত দেখা গৈছিল ক'ৰণা ভাইৰাছৰ অৱস্থিতি

বৃহস্পতিবাৰে প্রকাশিত এই সমীক্ষাত ২০১২ চনৰ অক্টোবৰৰ পৰা ২০২০ চনৰ ফেব্ৰুৱাৰী মাহলৈ উত্তৰ ইটালীৰ জলজ উদ্ভিদ থকা অঞ্চলৰ পানীৰ ৪০ টা নমুনা সংগ্রহ কৰি কৰা এক গৱেষণাত প্ৰকাশ পাইছে তথ্য । এই ভাইৰাছৰ কাৰণে মিলনৰ ২০ টা পানীৰ নমুনাত ডিচি-২০ ত ক'ভিড ১৯ৰ সৃষ্টি হৈছিল । আনহাতে তুৰিনত ইয়াৰ পূৰ্বে পানীৰ নমুনা নেতিবাচক আছিল ।

নেছনেল ইনষ্টিটিউট অৱ হেলথে এই গৱেষণাই ইটালীত ক'ৰণা ভাইৰাছৰ সংক্ৰমণৰ সূচনা ধৰা পেলোৱাত সহায় কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে । সংস্থাটোৱে ক'ৰণা ভাইৰাছৰ সম্ভাব্য সংক্ৰমণৰ ৰোধৰ বাবে জুলাই মাহৰ পৰা দেশখনৰ পৰ্যটনকেন্দ্ৰত এটা পাইলট পৰ্যবেক্ষণ ব্যৱস্থা আৰম্ভ কৰাৰ কথা উল্লেখ কৰে ।

লগতে চাওকঃ বাক্সাৰ উত্তৰকুছিত এডাল প্ৰকাণ্ড অজগৰ উদ্ধাৰ

ABOUT THE AUTHOR

...view details