অসম

assam

By

Published : Jun 8, 2020, 4:59 PM IST

ETV Bharat / briefs

ওটিটি প্লেলফৰ্মত মুকলি নহয় কংগানা ৰাণাৱটৰ আহিবলগীয়া ছবি 'থালাইভি'

তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়াজলিতাৰ জীৱনভিত্তিত নিৰ্মান কৰা হৈছে 'থালাইভি' ছবিখন । ছবিখনত জয়াজলিতাৰ ৰূপত দেখা যাব অভিনেত্ৰী কংগানা ৰাণাbটক। এ.এল. বিজয়ে ছবিখনৰ পৰিছালনা কৰাৰ বিপৰীতে কাহিনী লিখিছে কে.ভি বিজেন্দ্ৰ প্ৰসাদ আৰু ৰাজত আৰোৰাই।

 কংগানা ৰাণাওট
kangana ranauts thalaivi to be released in theaters first

এণ্টাৰটেইনমেণ্ট ডেস্ক, ৮ জুনঃপ্ৰথমে ওটিটি প্লেলফৰ্মত মুকলি নহয় কংগানা ৰাণাৱটৰ আহিবলগীয়া ছবি 'থালাইভি'। ওটিটি প্লেলফৰ্মত মুক্তি লাভ কৰিব বুলি প্ৰকাশ পোৱা খৱৰ ভিত্তিহীন বুলি উল্লেখ কৰে ছবি বাণিজ্যিক বিশ্লেষক তথা সমালোচক তৰণ আদৰ্শে।

ওটিটি প্লেলফৰ্মৰ পৰিৱৰ্তে প্ৰথমে ছবিগৃহত 'থালাইভি'ছবিখন মুক্তি লাভ কৰিব বুলি টুইটাৰযোগে প্ৰকাশ কৰে চলচ্চিত্ৰ সমালোচকগৰাকীয়ে। উল্লেখ্য যে, কিছুদিন পূৰ্বে নেটফ্লিক্স আৰু আমাজন প্ৰাইমত ছবিখন মুক্তি লাভ কৰিব বুলি উৰা বাতৰি প্ৰকাশ পাইছিল।

ওটিটি প্লেলফৰ্মত মুকলি নহয় কংগানা ৰাণাৱটৰ আহিবলগীয়া ছবি 'থালাইভি'

তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়াজলিতাৰ জীৱনভিত্তিত নিৰ্মাণ কৰা হৈছে 'থালাইভি' ছবিখন । ছবিখনত জয়াজলিতাৰ ৰূপত দেখা যাব অভিনেত্ৰী কংগানা ৰাণাৱটক। এ.এল. বিজয়ে ছবিখনৰ পৰিছালনা কৰাৰ বিপৰীতে কাহিনী লিখিছে কে.ভি বিজেন্দ্ৰ প্ৰসাদ আৰু ৰাজত আৰোৰাই।

ইয়াৰ পূৰ্বে কাহিনী লিখক কে.ভি বিজেন্দ্ৰ প্ৰসাদে 'বাহুবলী','মণিকৰ্ণিকা' আদি ছবিৰ কাহানি লিখিছিল। লগতে,'দ্যা দাৰ্তি পিকচাৰ' আৰু 'ৱানছ্ আপন এ টাইন ইন মুম্বাই' ছবিখনৰ কাহিনী লিখিছিল ৰাজত আৰোৰাই।

'থালাইভি' ছবিখন চলিত বৰ্ষৰ ২৬ জুনত মুক্তি লাভ কৰাৰ কথা আছিল যদিও কোভিড ১৯ সংকটৰ বাবে ছবিখনে মুক্তি লাভত বাধা আহি পৰে।

লগতে চাওকঃ গোৰখনাথ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details