অসম

assam

By

Published : Jun 1, 2019, 7:59 PM IST

ETV Bharat / briefs

মন্ত্ৰিত্ব নাপালেও কোনো আক্ষেপ নাই মোৰঃ আগাথা চাংমা

মন্ত্ৰিত্ব লাভ নকৰিলেও ৰাইজ তথা উত্তৰপূৰ্বাঞ্চলৰ উন্নয়নৰ হকে কাম কৰিব পাৰি বুলি মন্তব্য সাংসদ আগাথা চাংমাৰ ৷ লগতে প্ৰধানমন্ত্ৰীৰ সিদ্ধান্তক সন্মান জনাই মন্ত্ৰিত্ব নোপোৱাক লৈ কোনো ধৰণৰ আক্ষেপ নাই বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে এন পি পিৰ সাংসদগৰাকীয়ে ৷

মন্ত্ৰীত্ব নাপালেও কোনো আক্ষেপ নাই মোৰ : আগাথা চাংমা

গুৱাহাটী, 1 জুন: দিল্লীত শপত গ্ৰহণ কৰি বৰঝাৰ বিমানবন্দৰত উপস্থিত প্ৰাক্তন মন্ত্ৰী তথা মেঘালয়ৰ তুৰা সমষ্টিৰ এন পি পি ৰ সাংসদ আগাথা চাংমা ৷ মেঘালয়ৰ মুখ্যমন্ত্ৰী ক'নৰাড চাংমাৰ সৈতে বৰঝাৰ বিমান বন্দৰত উপস্থিত হয় প্ৰাক্তন মন্ত্ৰীগৰাকী ৷

মন্ত্ৰীত্ব নাপালেও কোনো আক্ষেপ নাই মোৰ : আগাথা চাংমা

বিমানবন্দৰত উপস্থিত হৈ মন্ত্ৰিত্ব লাভ নকৰিলেও ৰাইজ তথা উত্তৰপূৰ্বাঞ্চলৰ উন্নয়নৰ হকে কাম কৰিব পাৰি বুলি মন্তব্য সাংসদ আগাথা চাংমাৰ ৷ লগতে প্ৰধানমন্ত্ৰীৰ সিদ্ধান্তক সন্মান জনাই মন্ত্ৰিত্ব নোপোৱাক লৈ কোনো ধৰণৰ আক্ষেপ নাই বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে এন পি পিৰ সাংসদগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details