অসম

assam

ETV Bharat / briefs

কৰ'ণা মহামাৰীত 'গ্ৰীণ শ্বুটছ অৱ হোপ' : বিশ্ব স্বাস্থ্য সংস্থা - ডেক্সামেথাচোন

বুধবাৰে জেনেভাত অনুষ্ঠিত হোৱা এক সংবাদ সন্মিলনত ড০ টেড্ৰোছ আধনম ঘেব্ৰেয়েছুছে সংযুক্ত যুক্তৰাষ্ট্ৰত মেডিকেল পৰীক্ষাৰ দ্বাৰা এক সফলতা লাভ কৰে,য'ত ৰোগীসকলৰ বাবে লাভদায়ক ডেক্সামেথাচোন নামৰ এক ষ্টেৰইড উদ্ভাৱন কৰা হয় ।

কৰ'ণা মহামাৰীত 'গ্ৰীণ শ্বুটছ অৱ হোপ' : বিশ্ব স্বাস্থ্য সংস্থা
কৰ'ণা মহামাৰীত 'গ্ৰীণ শ্বুটছ অৱ হোপ' : বিশ্ব স্বাস্থ্য সংস্থা

By

Published : Jun 18, 2020, 3:36 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৮ জুন:কৰ'ণা মহামাৰী সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য় বিষয়া জানিবলৈ দিয়ে যে,বিশ্বজুৰি কোভিড-১৯ৰ মাত্ৰা বৃদ্ধিৰ ফলস্বৰূপে সতেজ আশাৰ সঞ্চাৰ 'Green shoots of hope' দেখিবলৈ পোৱা গৈছে ।

কৰ'ণা মহামাৰীত 'গ্ৰীণ শ্বুটছ অৱ হোপ' : বিশ্ব স্বাস্থ্য সংস্থা

জেনেভাত বুধবাৰে অনুষ্ঠিত হোৱা এক সংবাদ সন্মিলনত ড০ টেড্ৰোছ আধনম ঘেব্ৰেয়েছুছে সংযুক্ত যুক্তৰাষ্ট্ৰত মেডিকেল পৰীক্ষাৰ দ্বাৰা এক সফলতা লাভ কৰে, য'ত ৰোগীসকলৰ বাবে লাভদায়ক ডেক্সামেথাচোন নামৰ এক ষ্টেৰইড উদ্ভাৱন কৰা হয় ।

ইফালে বিশ্ব স্বাস্থ্য সংস্থাৰ অন্য বিষয়ববীয়াই দাবী কৰে যে, এই ঔষধৰ প্ৰয়োগ কেৱল ৰোগীসকলৰ আৱশ্যক অনুসৰি আৰু লগতে বন্ধ চিকিৎসা পৰ্যবেক্ষণৰ ক্ষেত্ৰতহে কৰা উচিত ।

কৰ'ণা মহামাৰীত 'গ্ৰীণ শ্বুটছ অৱ হোপ' : বিশ্ব স্বাস্থ্য সংস্থা

যদিও এই ঔষধ ৰোগীসকলৰ আৰোগ্যত সহায় কৰিব পাৰে,তথাপিও কিন্তু ষ্টেৰইড মূলতঃ ভাইৰাছৰ চিকিৎসা নহয় । বিশ্ব স্বাস্থ্য সংস্থাৰ তৎকালীন স্বাস্থ্য বিভাগৰ কাৰ্যকৰী নিৰ্দেশক মাইকেল ৰিয়ানে এই সম্পৰ্কে অৱগত কৰে । ইয়াৰ লগতে আধনম ঘেব্ৰেয়েছুছে কয় যে,অধিক লক্ষণযুক্ত ৰোগীসকলৰ ভাইৰাছ পৰীক্ষা কৰাৰ ক্ষেত্ৰত চিকিৎসাৰ পৰিমাণো অধিক হ'ব লাগে ।

লগতে পঢ়ক: 4G আপগ্ৰেডৰ সময়ত BSNL এ ব্যৱহাৰ কৰিব নোৱাৰিব চীনা টেলিকম সামগ্ৰী

ABOUT THE AUTHOR

...view details