অসম

assam

ETV Bharat / briefs

বটদ্ৰৱাত এ আই ইউ ডি এফৰ প্ৰতিবাদ

বিধায়ক আমিনুল ইছলামৰ অভিযোগ অনুসৰি চৰকাৰৰ নিৰ্দেশমতেই বিদেশী ন্যায়াধিশকৰণে কাম কৰি আছে । সেয়ে প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশী সজাই হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে বিধায়কগৰাকীয়ে ৷

বটদ্ৰৱাত এ.আই.ইউ.ডি.এফৰ প্ৰতিবাদ

By

Published : Jun 2, 2019, 5:30 PM IST

বটদ্ৰৱা,২জুনঃ প্ৰাক্তন সেনা বিষয়া সোণা উল্লাহক ডিটেইচন কেম্পৰ পৰা বিনা চৰ্তে মুক্তিৰ দাবীত বটদ্ৰৱাত প্ৰতিবাদ সাব্যস্ত কৰে এ আই ইউ ডি এফে । বিধায়ক আমিনুল ইছলামে দলীয় কৰ্মী-সমৰ্থকসকলক লগত চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে বটদ্ৰৱাৰ ৰাজপথ ।

বটদ্ৰৱাত এ.আই.ইউ.ডি.এফৰ প্ৰতিবাদ

বিধায়ক আমিনুল ইছলামৰ অভিযোগ অনুসৰি চৰকাৰৰ নিৰ্দেশমতেই বিদেশী ন্যায়াধিশকৰণে কাম কৰি আছে । সেয়ে প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশী সজাই হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে বিধায়কগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details