অসম

assam

ETV Bharat / briefs

গোৰেশ্বৰত চিপিআই (এম)ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ - চিপিআই (এম)

কৃষক বিৰোধী বিল বাতিল,ভগ্ন মাথাউৰি শীঘ্ৰে নিৰ্মাণ,বান ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা,প্ৰতিটো দুখীয়া পৰিয়ালক মাহে ৭,৫০০ টকাকৈ প্ৰদান,কা আইন বাতিল কৰা,নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা , বিটিআৰৰ সকলো দুৰ্নীতিৰ উচিত তদন্ত কৰাৰ দাবীত চিপিআই (এম)ৰ প্ৰতিবাদ।

Cpim protest
গোৰেশ্বৰত চিপিআই (এম)ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

By

Published : Sep 30, 2020, 4:57 PM IST

বাক্সা,৩০ছেপ্টেম্বৰ: ৰাজ্যজুৰি জনগণৰ বিভিন্ন জৰুৰী দাবীৰ সমৰ্থনত চিপিআই (এম)এ ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী । বাক্সা জিলাৰ গোৰেশ্বৰতো চিপিআই (এম) দলে ৰূপায়ণ কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ।

গোৰেশ্বৰত চিপিআই (এম)ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
কৃষক বিৰোধী বিল বাতিল,ভগ্ন মাথাউৰি শীঘ্ৰে নিৰ্মাণ,বান ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা,প্ৰতিটো দুখীয়া পৰিয়ালক মাহে ৭,৫০০ টকাকৈ প্ৰদান,কা আইন বাতিল কৰা,নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা,বিটিআৰৰ সকলো দুৰ্নীতিৰ উচিত তদন্ত কৰা তথা গোৰেশ্বৰত ফ্লাই অভাৰ ব্যৱস্থা কৰাৰ দাবীত বুধবাৰে গোৰেশ্বৰ ৰেলগেটৰ সমীপত চিপিআই (এম) দলে অৱস্থান,ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।উক্ত অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰে চিপিআই (এম) কামৰূপ জিলা সমিতিৰ সম্পাদক তথা বিটিচিৰ ৩০ নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ মনোনীত প্ৰাৰ্থী কৰুণাকান্ত ভূঞা,কৃষক নেতা ৰমেশ নাথ,বুদ্ধি ডেকা,গহীন বড়ো,ছাত্ৰ-যুৱনেতা বিৰাজ ডেকাকে ধৰি বহুকেইজন দলৰ বিষয়ববীয়াই ।

লগতে পঢ়ক: ক'ৰণাত জুৰুলা হৈ সহায় ভিক্ষা বৌদ্ধ ভিক্ষুৰ

ABOUT THE AUTHOR

...view details