অসম

assam

ETV Bharat / briefs

কাকপথাৰত বিদ্যুষ্পৃষ্ট হৈ শিশুৰ মৃত্যু - ৰংপুৰীয়া

কাকপথাৰ থানাৰ অন্তৰ্গত ৰংপুৰীয়াত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ বিদ্যুতৰ তাঁৰত লাগি মৃত্যু হৈছে এটি শিশুৰ ৷

কাকপথাৰত বিদ্যুষ্পৃষ্ট হৈ শিশুৰ মৃত্যু

By

Published : May 17, 2019, 6:36 PM IST

তিনিচুকীয়া,17 মে': কাকপথাৰ থানাৰ অন্তৰ্গত ৰংপুৰীয়াত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ বিদ্যুতৰ তাঁৰত লাগি মৃত্যু হৈছে এটি শিশুৰ ৷ শিশুটিৰ নাম পৰিক্ষীত ফুকন বুলি জানিব পৰা গৈছে ৷

কাকপথাৰত বিদ্যুষ্পৃষ্ট হৈ শিশুৰ মৃত্যু

ৰংপুৰীয়াৰ বিক্ৰম ফুকন আৰু পিৰুজা ফুকনৰ পুত্ৰ পৰিক্ষীতে ঘৰৰ বিদ্যুতৰ বৰ্ডত আঙুলী দিওতেই বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু মুখত পৰে ৷ সংকটজনক অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও শিশুটিক মৃত ঘোষণা কৰে চিকিৎসকে ৷ কণমানি শিশুটিৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোত ৷

ABOUT THE AUTHOR

...view details