নিউজ ডেস্ক, 12 এপ্ৰিল : অৱশেষত উচ্চতম ন্যায়ালয়ৰ মজিয়া পালেগৈ ক’ৰণা ভাইৰাছ ৷ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰায় 80 গৰাকী কৰ্মচাৰী ক’ৰণাত আক্ৰান্ত হৈছে । ফলত সকলো ন্যায়াধীশে এতিয়া ঘৰৰ পৰাই কাম কৰিব আৰু ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি সকলো গোচৰৰ শুনানি গ্ৰহণ কৰিব ।
উচ্চতম ন্যায়ালয়ত কৰ’ণাতংক: ক’ৰণাত আক্ৰান্ত 80 গৰাকী কৰ্মচাৰী - ভিডিঅ’ কনফাৰেন্স
সোমবাৰে উচ্চতম ন্যায়ালয়ৰ চৌহদ আৰু সকলো ৰূম ছেনিটাইজ কৰা হয় । সকলো ন্যায়াধীশে এতিয়া ঘৰৰ পৰাই কাম কৰিব আৰু ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি সকলো গোচৰৰ শুনানি গ্ৰহণ কৰিব ।
উচ্চতম ন্যায়ালয়ত কৰুণাতংক: ক’ৰণাত আক্ৰান্ত 80 গৰাকী কৰ্মচাৰী
সোমবাৰে উচ্চতম ন্যায়ালয়ৰ চৌহদ আৰু সকলো ৰূম ছেনিটাইজ কৰা হয় । ক’ৰণা ভাইৰাছৰ বাবে এতিয়া বিভিন্ন পীঠসমূহ নিৰ্ধাৰিত সময়তকৈ এঘণ্টা পলমকৈ বহিব আৰু শুনানি গ্ৰহণ কৰিব । যাৰ বাবে পুৱা 10.30 বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া গোচৰৰ শুনানি 11.30 বজাৰ পৰা আৰু 11 বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া গোচৰৰ শুনানি 12 বজাৰ পৰা গ্ৰহণ কৰা হ’ব ৷
লগতে পঢ়ক :তিপ্ৰা মথাৰ প্ৰস্তাৱিত বিজয় সমদল স্থগিত
Last Updated : Apr 12, 2021, 4:47 PM IST