নিউজ ডেস্ক,1জানুৱাৰীঃশুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী হৰদিপ সিং পুৰীয়ে সদৰি কৰে যে, চলিত মাহৰ 8 জানুৱাৰী পৰা 23 জানুৱাৰীলৈ ইংলেণ্ড আৰু ভাৰতৰ মাজত 30 খনকৈ বিমানে পুনৰ চলাচল কৰিব ৷ ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 15 খন বিমান প্ৰতি সপ্তাহত চলাচল কৰিব, দিল্লী, মুম্বাই, বেংগালোৰ আৰু হায়দৰাবাদৰ পৰা ৷
ইংলেণ্ড-ভাৰতৰ মাজত 8 জানুৱাৰীৰ পৰা পুনৰ আৰম্ভ হ’ব বিমান সেৱা
শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী হাৰদিপ সিং পুৰীয়ে সদৰি কৰে যে, চলিত মাহৰ 8 জানুৱাৰী পৰা 23 জানুৱাৰীলৈ ইংলেণ্ড আৰু ভাৰতৰ মাজত 30 খনকৈ বিমানৰ চলাচল পুনৰ আৰম্ভ হ’ব ৷
ইংলেণ্ড আৰু ভাৰতৰ মাজত 8 জানুৱাৰীৰ পৰা সপ্তাহত 30 খন বিমান চলাচল কৰিব
উল্লেখযোগ্য ক’ৰণা ভাইৰাছৰ দ্বিতীয়টো ৱেভ ইংলেণ্ডত আৰম্ভ হোৱাৰ বাবেই ভাৰত চৰকাৰে বিমান সেৱা বন্ধ কৰি ৰাখিছিল ইংলেণ্ড আৰু ভাৰতৰ মাজত ৷
লগতে পঢ়কঃ অন্ধ্ৰ প্ৰদেশত বিদেশত প্ৰস্তুত কৰা প্ৰায় ৩.৫ কোটি টকাৰ চিগাৰেট জব্দ
Last Updated : Jan 2, 2021, 2:46 PM IST