নেশ্বনেল ডেস্ক , 4 নৱেম্বৰ :বুধবাৰে ন'বেল বঁটা বিজয়ী অমৰ্ত্য সেনৰ বাসগৃহত সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা ৷ অৰ্থনীতিবিদ অমৰ্ত্য সেনৰ বোৱাৰী বন্দনা সেনে তেওঁৰ বাসগৃহত আত্মহত্যা কৰে ৷ আত্মহত্যা কৰাৰ সময়ত তেওঁৰ বয়স আছিল 65 বছৰ ৷
জানিব পৰা মতে , অমৰ্ত্য সেনৰ জন্মদিনৰ দিনাই বন্দনা সেনে আত্মহত্যা কৰে ৷