অসম

assam

জম্মু-কাশ্মীৰৰ DDC নিৰ্বাচনৰ আজি সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ

By

Published : Dec 16, 2020, 7:33 AM IST

জম্মু-কাশ্মীৰৰ DDC নিৰ্বাচনৰ আজি সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ পুৱা 7 বজাৰ পৰা আৰম্ভ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷

JK DDC POLLS
জম্মু-কাশ্মীৰৰ DDC নিৰ্বাচনৰ আজি সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ

নেশ্যনেল ডেস্ক, 16 ডিচেম্বৰ :জম্মু-কাশ্মীৰৰ DDC নিৰ্বাচনৰ আজি সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ মুঠ 31 টা সমষ্টিত আজি অনুষ্ঠিত ভোটগ্ৰহণত প্ৰাৰ্থীত্ব আগবঢ়াইছে 298 গৰাকী প্ৰাৰ্থীয়ে ৷ 31 টা সমষ্টিৰ 13 টা কাশ্মীৰ আৰু 18 টা জম্মু ডিভিজনৰ অন্তৰ্গত ৷

কাশ্মীৰৰ 13 টা সমষ্টিত 34 গৰাকী মহিলা প্ৰাৰ্থীসহ মুঠ 148 জন প্ৰাৰ্থী আছে ৷ আনহাতে, জম্মুৰ 18 টা সমষ্টিত 38 গৰাকী মহিলা প্ৰাৰ্থীসহ মুঠ 150 গৰাকী প্ৰাৰ্থী ৷

আনহাতে, 31 টা সমষ্টিত 3,59,187 পুৰুষ আৰু 3,27,928 মহিলাসহ মুঠ ভোটাৰৰ সংখ্যা 6,87,115 গৰাকী ৷

লগতে পঢ়ক :চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত নামিবলৈ সাজু আম আদমী পাৰ্টী

ABOUT THE AUTHOR

...view details