অসম

assam

ETV Bharat / bharat

ড৹ মনমোহন সিঙক AIIMS ত ভৰ্তি - প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনোমহন সিঙক চিকিৎসালয়ত ভৰ্তি

দিল্লীৰ AIIMS (All India Institute of Medical Sciences) ত ভৰ্তি ড৹ মনমোহন সিং ৷ হৃদজনিত সমস্যাৰ বাবে বুধবাৰে সন্ধিয়াৰ ভাগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক ৷

Dr Manmohan Singh admitted to delhi AIIMS
দিল্লীৰ AIIMS ত ভৰ্তি ড৹ মনমোহন সিং

By

Published : Oct 13, 2021, 8:33 PM IST

নেশ্যনেল ডেস্ক , 13 অক্টোবৰ :দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙক দিল্লীৰ AIIMS (All India Institute of Medical Sciences) ত ভৰ্তি কৰোৱা হৈছে ৷ হৃদজনিত সমস্যাৰ বাবে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে ৷

হৃদজনিত সমস্যাত ভোগাত সিঙক বুধবাৰে সন্ধিয়াৰ ভাগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ উল্লেখ্য যে, বিগত 26 ছেপ্টেম্বৰত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে 89 বছৰত ভৰি দিয়ে ৷

লগতে পঢ়ক :ভাৰতত নতুনকৈ ১৫,৮২৩ গৰাকী লোক কৰ'ণাত আক্ৰান্ত

ABOUT THE AUTHOR

...view details