নেছনেল ডেস্ক, 2 এপ্ৰিল : জম্মু আৰু কাশ্মীৰৰ পুলৱামা জিলাত নিৰাপত্তা বাহিনী আৰু উগ্ৰপন্থীৰ মাজত এক সংঘৰ্ষৰ সৃষ্টি ৷ আৰক্ষীয়ে জানিব দিয়া মতে পুলৱামা জিলাৰ কাকাপোৰা অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে ৷ তদুপৰি, নিৰাপত্তা বাহিনীয়ে শুকুৰবাৰে পুৱা অঞ্চলটোত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰি অভিযান আৰম্ভ কৰে যদিও কিছু সময়ৰ পাছতেই ই সংঘৰ্ষলৈ ৰূপান্তৰিত হয় ৷
জম্মু আৰু কাশ্মীৰৰ পুলৱামাত আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষ
জম্মু আৰু কাশ্মীৰৰ পুলৱামা জিলাৰ কাকাপোৰা অঞ্চলত নিৰাপত্তা বাহিনী আৰু উগ্ৰপন্থীৰ মাজত এক সংঘৰ্ষৰ সৃষ্টি হয় ৷ সূত্ৰ অনুসৰি, অঞ্চলটোত তিনিজন এলইটি-সহযোগী উগ্ৰপন্থী লুকাই আছে ।
জম্মু আৰু কাশ্মীৰৰ পুলৱামাত আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষ
সূত্ৰ অনুসৰি, অঞ্চলটোত তিনিজনকৈ এলইটি-সহযোগী উগ্ৰপন্থী লুকাই আছে ৷ আৰক্ষীৰ গুলিত নিহত 1 সন্ত্ৰাসবাদী ৷
লগতে পঢ়ক-আইজলত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ