নিউজ ডেস্ক, 12 ফেব্ৰুৱাৰী :ভাৰতৰ অধিকাংক্ষ অঞ্চলত ভূমিকম্পৰ প্ৰৱল জোকাৰণি ৷ 10 বাজি 34 মিনিটত প্ৰবল জোকাৰণি সংঘটিত হয় দিল্লী, হাৰিয়ানা, উত্তৰাখণ্ড আৰু জম্মু-কাশ্মীৰত ৷ পঞ্জাৱৰ অমৃতসৰত ভূমিকম্পৰ মুল কেন্দ্ৰবিন্দু বুলি জানিব পৰা গৈছে ৷
6.1 ৰিখটাৰ স্কেলত ভূমিকম্পৰ জোকাৰণি ভাৰতৰ বিভিন্ন অঞ্চলত - ঘটনা
ভাৰতৰ অধিকাংক্ষ অঞ্চলত ভূমিকম্পৰ প্ৰৱল জোকাৰণি ৷ 10 বাজি 34 মিনিটত প্ৰবল জোকাৰণি সংঘটিত হয় দিল্লী, হাৰিয়ানা, উত্তৰাখণ্ড আৰু জম্মু-কাশ্মীৰত ৷ পঞ্জাৱৰ অমৃতসৰত ভূমিকম্পৰ মুল কেন্দ্ৰবিন্দু বুলি জানিব পৰা গৈছে ৷
6.1 ৰিখটাৰ স্কেলত ভূমিকম্পৰ জোকাৰণি ভাৰতৰ বিভিন্ন অঞ্চলত
বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য় অনুসৰি, ভূমিকম্পৰ প্ৰাবল্য 6.1 ৰিখটাৰ স্কেল ৷ ঘটনাৰ ক্ষয়-ক্ষতিৰ পৰিমান বৰ্তমালৈ জানিব পৰা হোৱা নাই ৷
লগতে পঢ়ক :চৰকাৰী আঁচনিয়ে স্পৰ্শ নকৰা টিফুক চাহ বাগিচাৰ এটি দুৰ্ভগীয়া পৰিয়াল