অসম

assam

By

Published : May 24, 2022, 5:07 AM IST

ETV Bharat / bharat

Daily Horoscope for 24th May: আজি দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল …

daily-horoscope-for-24th-may
Daily Horoscope for 24th May: আজি দিনটোৰDaily Horoscope for 24th May: আজি দিনটোৰ ৰাশিফল ৰাশিফল

মেষ ৰাশি: শুভ দিন ৷ সফলতা লাভ কৰিব ৷ কৰ্ম-ব্যৱসায়ত লক্ষ্যত সফল হʼব ৷ বিচাৰধাৰা উন্নত হ’ব, বিঘিনিবোৰ আঁতৰ হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিলে ফল লাভ কৰিব ৷

বৃষ ৰাশি: ভাল বন্ধু লাভ কৰিব ৷ সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ সমনীয়াৰ লগত দিনটো আনন্দৰে পাৰ কৰিব ৷

মিথুন ৰাশি: কৰ্মস্থলীত জ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ ল’ব ৷ ব্যয় বৃদ্ধি ৷ শান্ত হৈ থাকিব ৷ লাভ বৃদ্ধি ৷ প্ৰেমত শুভ ৷

কৰ্কট ৰাশি: সহনশীল হৈ থাকিব ৷ গ্ৰহ ভাল নহয় ৷ কঠোৰ পৰিশ্ৰম কৰিলে ভাল পৰিণাম পাব ৷ প্ৰেমত শুভ ৷ কৰ্ম-ব্যৱসায়ত লক্ষ্যত সফল হʼব ৷

সিংহ ৰাশি: খং-ৰাগে কৰ্ম জীৱনত প্ৰভাৱ পেলাব পাৰে ৷ নিন্দা আৰু নিৰুৎসাহিত, পৰচৰ্চা কৰাৰপৰা আঁতৰি থাকিব ৷ পৰৰ বিচাৰ নকৰিব ৷ প্ৰেমত শুভ ৷

কন্যা ৰাশি: কৰ্ম জীৱনত ভাল বন্ধু লাভ কৰিব ৷ প্ৰশংসা লাভ ৷ সফল হʼব ৷ সন্ধিয়া সকলো অশান্তি দূৰ হ’ব ৷ মানসিক আৰু শাৰীৰিক চিন্তা ভাল হʼব ৷

তুলা ৰাশি: দিনটো প্ৰায় ভাল ৷ সফল হʼব ৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লʼব ৷ ব্যক্তিগত জীৱন সুখৰ হ’ব ৷

বৃশ্চিক ৰাশি: কঠোৰ পৰিশ্ৰমৰ ভাল ফল পাব ৷ দিনটো আনন্দময় হ’ব ৷ প্ৰশংসা লাভ ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷

ধনু ৰাশি: কঠোৰ পৰিশ্ৰম কৰিলে আনন্দ লাভ কৰিব ৷ চিন্তাধাৰাবোৰ ভাল হʼব ৷ প্ৰশংসা লাভ ৷ দিনটো প্ৰায় ভাল হʼব ৷ ব্যস্ত কাৰ্যসূচিৰ মাজেৰে সময় উলিয়াই প্ৰেমত মনোযোগ দিব ৷ খৰচ বৃদ্ধি ৷

মকৰ ৰাশি: নিজৰ ওপৰত ভাৰসা ৰাখিলে লক্ষ্যত সফল হ’ব ৷ সহজতে নিৰুৎসাহিত হৈ নপৰিব ৷ গৌৰৱ অর্জন কৰিব ৷

কুম্ভ ৰাশি: দিনটো খেলিমেলি হʼব পাৰে ৷ এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷ সফল হʼব ৷ প্ৰতিযোগিতাৰ পৰা আঁতৰত থাকিব ৷

মীন ৰাশি: আৱেগিক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ খং-ৰাগে জীৱনত প্ৰভাৱ পেলাব পাৰে ৷ শান্ত হৈ থাকিব৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ লʼব ৷

ABOUT THE AUTHOR

...view details