অসম

assam

ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

daily horoscope
দিনটোৰ ৰাশিফল

By

Published : Nov 20, 2021, 5:31 AM IST

মেষ ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হ’ব পাৰে ৷ এলাহ ভাৱ পৰিহাৰ কৰক ৷ কার্য কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷

বৃষ ৰাশি :দিনটো কিছু খেলিমেলি হʼব পাৰে ৷ এলাহ ভাৱ পৰিহাৰ কৰক ৷ ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱন পৰিব পাৰে ৷ প্ৰেমত শুভ ৷

মিথুন ৰাশি :দিনটো শুভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ লক্ষ্যত সফল ৷

কৰ্কট ৰাশি : দিনটো শুভ ৷ মানসিক স্থিতি মধ্যমীয়া ৷ প্ৰশংসা লাভ ৷

সিংহ ৰাশি : দিনটো মধ্যমীয়া ৷ নিজৰ কৰ্ম-ব্যৱসায়ত মনোযোগ দিয়ক ৷ কর্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব পাৰে ৷ মন পছন্দৰ কাৰ্যই আনন্দিত কৰিব ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ ব্যৱসায় লাভ ৷

কন্যা ৰাশি :দিনটো খেলি-মেলি হ’ব পাৰে ৷ যুক্তিৰে সকলো কথা বিবেচনা কৰিব ৷ নিজৰ হকে নিজে সিদ্ধান্ত গ্ৰহণ কৰিব ৷

তুলা ৰাশি :প্ৰতিভাৰ সদ ব্যৱহাৰ কৰক ৷ নিজৰ কলাৰ প্ৰতি প্ৰেম হʼব ৷ ভাগ্য প্ৰায় ভাল ৷

বৃশ্চিক ৰাশি : মনলৈ হতাশা আহিব পাৰে ৷ অৱশ্যে কঠোৰ পৰিশ্ৰমৰ ফল পাব ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ ব্যৱসায়ত সফল ৷

ধনু ৰাশি : দিনটোত মিশ্ৰিত খেলিমেলি হʼব পাৰে ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ বিচাৰ কৰাত আৰু নিৰ্ণয় লোৱাত কঠিন হʼব পাৰে ৷ শান্ত হৈ কর্ম কৰক, সফল হʼব ৷

মকৰ ৰাশি : দিনটো মধ্যমীয়া ৷ নিজৰ কর্মত মনোযোগ দিয়ক, সফল হʼব ৷

কুম্ভ ৰাশি : দিনটো মধ্যমীয়া ৷ কৰ্ম জীৱন ভাল বন্ধু লাভ ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ নতুনকৈ কৰ্ম আৰম্ভ কৰিব পাৰে ৷ স্বাস্থ্য উন্নত ৷

মীন ৰাশি :দিনটো কিছু সতৰ্কতা অৱলম্বন কৰা উচিত ৷ মন পছন্দৰ কাৰ্যই আনন্দিত কৰিব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে সম্পর্ক ভাল হʼব ৷

ABOUT THE AUTHOR

...view details