অসম

assam

ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল - daily horoscope for 16th november

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

daily horoscope
দিনটোৰ ৰাশিফল

By

Published : Nov 16, 2021, 6:02 AM IST

মেষ ৰাশি : দিনটো মধ্যমীয়া ৷ শান্ত হৈ কর্ম কৰক ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ নিজৰ ব্যৱসায়ত মনোযোগ দিয়ক ৷ সন্ধিয়া প্ৰায় শুভ ৷

বৃষ ৰাশি :দিনটো শুভ ৷ ভাগ্য ভাল ৷ নতুন ব্যৱসায় আৰম্ভ ৷ চাকৰিত পদোন্নতিৰ যোগ আছে ৷ পৰিয়ালৰ সৈতে সৰু ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷

মিথুন ৰাশি :দিনটো শুভ ৷ কৰ্ম জীৱন ভাল বন্ধু লাভ ৷ লক্ষ্যত সফল ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷

কৰ্কট ৰাশি : দিন প্ৰায় শুভ ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ প্ৰেমত শুভ ৷ প্ৰশংসা লাভ ৷

সিংহ ৰাশি :যদি জীৱনত বিফল হৈছিল তেন্তে প্ৰত্যাহ্বানৰ সম্মুখীন হʼব ৷ অৱশ্যে জীৱনত সফলতা লাভ ৷ লক্ষ্যত উপনীত হ’বলৈ পৰিশ্ৰম কৰিব ৷

কন্যা ৰাশি : শান্ত তথা মধুৰ বাক্যই শ্ৰোতাসকলক উৎসাহিত কৰিব পাৰে ৷ পৰিয়াল উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব ৷ পৰিয়ালক ভালদৰে যত্ন লওক, প্ৰশংসা লাভ ৷ কৰ্ম জীৱন ভাল বন্ধু লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ খৰচ বৃদ্ধি ৷

তুলা ৰাশি : দিনটো কঠিন ৷ কঠোৰ কাৰ্য সহজতে কৰি সফলতা লাভ কৰিব ৷ বহু ব্যক্তি লগত সংযোগ হʼব ৷ মন পচন্দ কাৰ্যই সহায় কৰিব ৷ দুৰ্বলতাবোৰ আওকাণ কৰাৰ পৰিৱৰ্তে তাক লৈ বাদ-বিবাদ নকৰিব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷

বৃশ্চিক ৰাশি : দিনটো কিছু খেলি-মেলি হ’ব পাৰে ৷ ব্যৱসায়িক ভ্ৰমণ বাতিল কৰক ৷ শিক্ষাৰ্থীসকলৰ বাবে শুভ সময় ৷ শিক্ষক, লিখক আদিৰ লাভজনক সময় ৷ ধনাগমনৰ যোগ আছে ৷ কষ্টৰ ফল লাভ ৷ ষ্টক বজাৰত টকা নলগাব ৷ বিপদত পৰিব পাৰে ৷

ধনু ৰাশি : কৰ্ম-ব্যৱসায়ত অধিক ব্যস্ত হʼব পাৰে ৷ কর্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱন পৰিব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ সৈতে দিনটো আনন্দময় ৷

মকৰ ৰাশি : যুক্তিৰে সকলো কথা বিবেচনা কৰিব ৷ ভাল লক্ষ্য সফল হʼব ৷ মহিলাসকলৰ ভাগ্য ভাল ৷ বিপদৰ আশংকা নাই যদিও সতৰ্ক থকাটো ভাল ৷

কুম্ভ ৰাশি :দিনটো কিছু কঠিন হ’ব ৷ বিচাৰ কৰাত আৰু নিৰ্ণয় লোৱাত কঠিন হʼব পাৰে ৷ শান্ত হৈ কর্ম কৰক ৷ সফল হʼব ৷

মীন ৰাশি :দিনটো শুভ ৷ মানসিক আৰু আৱেগিক চিন্তাধাৰাৰ সৈতে যুঁজিব ৷ নিজৰ আত্মসন্মান বঢ়াবলৈ বন্ধুৰ আগত মনৰ দুঃচিন্তা প্ৰকাশ নকৰিব ৷ বিপদত পৰিব পাৰে ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷

ABOUT THE AUTHOR

...view details