মেষ ৰাশি :দিনটো কিছু কঠিন ৷ কঠোৰ পৰিশ্ৰমৰ ফল নাপাব পাৰে | সন্ধিয়া সৰু যাত্ৰা হʼব পাৰে | সন্ধিয়ালৈ মনৰ আশাৰ পূৰণ হ’ব ৷ দিনটো আনন্দময় হ’ব ৷
বৃষ ৰাশি : দিনটো মধ্যমীয়া ৷ যুক্তিৰে সকলো কথাৰ বিচাৰ বিবেচনা কৰিব ৷ নিজৰ আত্মসন্মান বঢ়াবলৈ বন্ধুৰ আগত মনৰ দুঃশ্চিন্তা প্ৰকাশ নকৰিব ৷ বিপদত পৰিব পাৰে ৷ প্ৰেমত শুভ ৷
মিথুন ৰাশি :দিনটো মধ্যমীয়া ৷ নিজৰ ওপৰত ভাৰসা ৰাখক ৷ লক্ষ্যত সফল ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, ব্যৱসায় বৃদ্ধি, লাভাৰ্জন ৷
কৰ্কট ৰাশি : দিনটোৰ বেছি সময় প্ৰাৰ্থনা আৰু মন্দিৰ ভ্ৰমণতে যাব ৷ ধৰ্মমূলক যাত্ৰাই লাভ কঢ়িয়াই আনিব ৷ পৰিয়ালৰ সৈতে আনন্দৰেৰে সময় কটাব পাৰিব ৷ স্বাস্থ্য উন্নত ৷ গ্ৰহৰ স্থান ভাল ৷
সিংহ ৰাশি :দিনটো শুভ ৷ কর্মৰ খাতিৰত দূৰৱৰ্তী যাত্ৰা হʼব পাৰে ৷ এই যাত্ৰাই কৰ্ম-ব্যৱসায়ত সফলতা প্ৰাপ্ত হ’ব ৷
কন্যা ৰাশি : দিনটো শুভ ৷ মানসিক স্থিতি উন্নত ৷ কাৰ্মত সফল লাভ ৷ কাৰ্ম জীৱনত বেয়া প্ৰভাৱ পৰিব পাৰে, তথাপিও ধৈৰ্যৰে কাৰ্ম কৰক ৷ লাভৱান হ’ব ৷