মেষ ৰাশি : দিনটো শুভ ৷ লক্ষ্যত সফল ৷ কৰ্ম-ব্যৱসায়ত সফল ৷ কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দ ফল লাভ ৷
বৃষ ৰাশি :দিনটো মধ্যমীয়া ৷ ৰং-বিৰঙৰ সাজ-পোছাক পৰিধান কৰিব পাৰে ৷ বন্ধুৰ সৈতে পাৰ্টি হ’ব পাৰে ৷ কাষৰীয়া লোকসকলৰ সৈতে সম্পৰ্ক ভাল হ’ব ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ প্ৰেমত শুভ ৷
মিথুন ৰাশি : দিনটো মধ্যমীয়া ৷ ঘৰত ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হʼব পাৰে ৷ নতুন বস্তু ক্ৰয় কৰিব পাৰে ৷ নকৈ ব্যৱসায় আৰম্ভ কৰিব ৷ ভ্ৰমণৰ যোগ ৷
কৰ্কট ৰাশি : নিজৰ ব্যৱসায়ত মনোযোগ দিব ৷ কৰ্ম-ব্যৱসায়ত সফলতা লাভ ৷ ব্যৱসায় বৃদ্ধি, লাভাৰ্জন ৷ অৱশ্যে খৰচ বৃদ্ধি ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ সৈতে দিনটো আনন্দময় হʼব ৷
সিংহ ৰাশি : কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷ দুৰ্ব্বলতাবোৰ আওকাণ কৰাৰ পৰিৱৰ্তে তাক লৈ বাদ-বিবাদ নকৰিব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত ৷ আনৰ পৰা পৰামৰ্শ নল’ব ৷ শান্ত হৈ কর্ম কৰিব ৷
কন্যা ৰাশি :দিনটো মধ্যমীয়া ৷ শান্ত বা মধুৰ বাক্যই শ্ৰোতাসকলক উৎসাহিত কৰিব ৷ ধ্যান বা যোগাসন কৰক ৷ প্ৰেমত শুভ ৷ কাৰ্ম-ব্যৱসায়ত কিছু সতৰ্ক হওক ৷