নিউজ ডেস্ক,15জানুৱাৰীঃআজিৰে পৰা আৰম্ভ হ’ব নতুন সংসদ ভৱনৰ নিৰ্মাণ কাম ৷ উল্লেখযোগ্য যে, 11 জানুৱাৰীত 14 জনীয়া ঐতিহ্য সংৰক্ষণ বিশেষ কমিটি খনে নতুন সংসদ ভৱনৰ নিৰ্মাণৰ বাবে অনুমোদন জনোৱাৰ পিছতে ভৱনটোৰ নিৰ্মাণৰ পথ প্ৰশস্ত হৈ পৰিছে ৷ ইপিনে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক নতুন সংসদ ভৱনটো নিমাণৰ প্ৰাকক্ষণত বিশেষজ্ঞ কমিটি, ঐতিহ্য সংৰক্ষণ বিভাগৰ লগতে সংশ্লিষ্ট বিভাগক অনুমোদন ল’বৰ বাবে নিৰ্দেশ প্ৰদান কৰিছিল ৷
আজিৰে পৰা আৰম্ভ হ’ব নতুন সংসদ ভৱনৰ নিৰ্মাণ কাৰ্য - ভৱনটোৰ নিৰ্মাণৰ পথ প্ৰশস্ত
11 জানুৱাৰীত 14 জনীয়া ঐতিহ্য সংৰক্ষণ বিভাগৰ বিশেষ কমিটি খনে নতুন সংসদ ভৱনৰ নিৰ্মাণৰ বাবে অনুমোদন জনোৱাৰ পিছতে ভৱনটোৰ নিৰ্মাণৰ পথ প্ৰশস্ত হৈ পৰিল ৷
আজিৰে পৰা আৰম্ভ হ’ব নতুন সংসদ ভৱনৰ নিৰ্মাণ কাৰ্য
আনহাতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ এসপ্তাহৰ পিছতে ঐতিহ্য সংৰক্ষণ বিভাগে অনুমোদন জনোৱাৰ পিছতে নতুন সংসদ ভৱনৰ নিৰ্মাণৰ পথ প্ৰশস্ত হৈ পৰিল ৷ কেন্দ্ৰীয় নগৰ পৰিক্ৰমা দপ্তৰ মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে কয় যে, নতুন সংসদ ভৱন নিৰ্মাণ কৰাৰ সময়ত বৰ্তমানে থকা সংসদ ভৱনৰ ওপৰত কোনো ধৰণৰ প্ৰভাব নপৰে, কিয়নো ই এক ভাৰতৰ ঐতিহ্য ৷
লগতে পঢ়কঃ 23 জানুৱাৰীত প্ৰধানমন্ত্ৰী মোডীৰ অসম ভ্ৰমণ : প্ৰসংগ খিলঞ্জীয়া ভূমিপুত্ৰক মাটিৰ পট্টা প্ৰদান