অসম

assam

ETV Bharat / bharat

UPSC ৰ সফলতাৰ ৰহস্য জানিব বিচাৰে নেকি ? আমাৰ ৱেবিনাৰত যোগদান কৰক

UPSC ৰ সফলতাৰ ৰহস্য জানিব বিচাৰে নেকি ? চৰকাৰৰ আমোলা হিচাপে দেশৰ বাবে সেৱা আগবঢ়াব বিচাৰে নেকি ? তেন্তে 12 বজাৰ ইটিভি ভাৰতৰ বিশেষ ৱেবিনাৰত যোগদান কৰক ৷ আমাৰ সৈতে ৱেবিনাৰত থাকিব প্ৰাক্তন IPS বিষয়া অজয় কুমাৰ, অতিৰিক্ত DGP মহেশ এম. ভগৱত, 6 সংখ্যক স্থান অধিকাৰী বৈশাখা যাদৱ, 39 সংখ্যক স্থান অধিকাৰী ৰুচী বিন্দাল আৰু 303 সংখ্যক স্থান অধিকাৰী ছুফিয়ান আহমেদ ৷

Want to know the secrets of success for UPSC? Join our Webinar
UPSC ৰ সফলতাৰ ৰহস্য জানিব বিচাৰে নেকি ? আমাৰ ৱেবিনাৰত যোগদান কৰক

By

Published : Aug 14, 2020, 12:03 PM IST

Updated : Aug 14, 2020, 3:00 PM IST

ETV Bharat

Last Updated : Aug 14, 2020, 3:00 PM IST

ABOUT THE AUTHOR

...view details