দিল্লী, 29 জুলাই : দিল্লীৰ লোক কল্যান মাৰ্গস্থিত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত বুধবাৰে অনুষ্ঠিত হ’ব কেন্দ্ৰীয় কেবিনেটৰ বৈঠক ৷ কেবিনেটৰ বৈঠকত দেশত ক'ভিড 19 ৰ পৰৱৰ্তী পৰ্যায়ৰ লগতে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা ৷
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত কেন্দ্ৰীয় কেবিনেটৰ বৈঠক - প্ৰধানমন্ত্ৰী
কেবিনেটৰ বৈঠকত দেশত ক'ভিড 19 ৰ পৰৱৰ্তী পৰ্যায়ৰ লগতে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা ৷
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত কেন্দ্ৰীয় কেবিনেটৰ বৈঠক
কেন্দ্ৰীয় কেবিনেটৰ অন্তিমখন বৈঠক 8 জুলাইত অনুষ্ঠিত হৈছিল ৷ বৈঠকত নিয়োগকৰ্তা আৰু কৰ্মচাৰীৰ পিএফৰ অৱদানৰ সময়সীমা তিনি মাহলৈ অৰ্থাৎ আগষ্টলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছিল ৷ কেন্দ্ৰীয় কেবিনেটে বৈঠকত গৰীৱ কল্যাণ অন্ন যোজনা আঁচনি পাঁচ মাহলৈ বৃদ্ধি কৰাৰ বাবেও অনুমোদন জনাইছিল ৷
লগতে পঢ়ক : বিয়লি প্ৰায় 2 আম্বালা বায়ুসেনা ছাউনীত অৱতৰণ কৰিব ৰাফেল বিমান