অসম

assam

By

Published : Jun 11, 2019, 6:57 AM IST

ETV Bharat / bharat

1.5 কেজি ড্ৰাগছ সহ পাঞ্জাৱত আটক দুই সৰবৰাহকাৰী

পঞ্জাৱ আৰক্ষীয়ে আটক কৰে দুই ড্ৰাগছ সৰবৰাহকাৰী ৷

etv bharat

  • তাৰে এগৰাকী পুৰুষ আৰু আনগৰাকী মহিলা ৷
  • জলন্ধৰৰ পৃথক পৃথক স্থানৰ পৰা আটক দুই সৰবৰাহকাৰী ৷
  • দুয়োগৰাকী সৰবৰাহকাৰীৰ পৰা জব্দ 1.60 কিলোগ্ৰাম হিৰ’ইন ৷
  • সোমবাৰে আটক কৰা হয় দুই ড্ৰাগছ সৰবৰাহকাৰীক ৷
  • নিচাযুক্ত সামগ্ৰীৰ লগতে দুয়োজনৰ পৰা জব্দ 8,39,250 টকা ৷
  • দুয়োগৰাকী সৰবৰাহকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত আৰক্ষীৰ ৷

ABOUT THE AUTHOR

...view details