অসম

assam

ETV Bharat / bharat

হালধিৰ দ্বাৰা কেঞ্চাৰ ৰোগৰ চিকিৎসা - Applied Materials and Interfaces

এক গৱেষণাত পোহৰলৈ আহিছে হালধিৰ আন এক ঔষধি গুণ ৷ হালধিত থকা বিশেষ দ্ৰব্য কাৰকুমিনে হাড়ৰ কেন্সাৰ কোষ বৃদ্ধিৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰাৰ লগতে হাড়ৰ ৰোগ নিৰ্মূলৰ ক্ষেত্ৰতো  বিশেষভাৱে সহায় কৰে

হালধিৰ দ্বাৰা কেঞ্চাৰ ৰোগৰ চিকিৎসা

By

Published : Jun 22, 2019, 2:36 PM IST

নিউজ ডেস্ক,22 জুনঃ আধুনিক গৱেষণাৰ দ্বাৰা উদ্ভাৱন হৈছে হালধিৰ এক বিশেষ গুণ ৷ হালধিত থকা বিশেষ দ্ৰব্য কাৰকুমিনে হাড়ৰ কেন্সাৰ কোষ বৃদ্ধিৰ ক্ষেত্ৰত বাধা সৃষ্টি কৰাৰ লগতে হাড়ৰ ৰোগ নিৰ্মূলৰ ক্ষেত্ৰতো বিশেষভাৱে সহায় কৰে ৷ Applied Materials and Interfaces নামৰ জাৰ্ণেলত প্ৰকাশ কৰা অনুসৰি Osteosarcoma ত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ পিচৰ সময়ছোৱাত কাৰকুমিনে (Curcumin) এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ৷

হালধিৰ দ্বাৰা কেঞ্চাৰ ৰোগৰ চিকিৎসা

উল্লেখ্য যে,এছিয়া মহাদেশৰ বিভিন্ন দেশসমূহত ৰন্ধন-প্ৰকৰণৰ সময়ত মছলা জাতীয় দ্ৰব্য হিচাপে হালধি ব্যৱহাৰ কৰাৰ লগতে যুগ যুগ ধৰি বনৌষধি হিচাপেও ব্যৱহাৰ কৰি আহিছে হালধি ৷ এই হালধিত আছে এন্টি-অক্সিডেন্ট,এন্টি-ইনফ্লেমেন্টৰি আৰু হাড় শক্তিশালী হোৱা দ্ৰব্যৰ লগতে আন বহুকেইটা ঔষধি গুণ ৷

লগতে পঢ়কঃ কৃষকৰ বাবে 3000 টকাৰ পেঞ্চন আঁচনি

ABOUT THE AUTHOR

...view details