অসম

assam

ETV Bharat / bharat

ইচলামধৰ্মী মহিলাৰ জয়,গৃহীত হ’ল তিনি তালাক বিধেয়ক

99-84 হাৰত গৃহীত হয় তিনি তালাক বিধেয়ক

ইচলামধৰ্মী মহিলাৰ জয়, গৃহীত হ’ল তিনি তালাক বিধেয়ক

By

Published : Jul 30, 2019, 10:10 PM IST

নিউজ ডেস্ক, 30 জুলাই: ৰাজ্যসভাত গৃহীত হ’ল তিনি তালাক বিধেয়ক ৷ 99-84 হাৰত গৃহীত হয় বিধেয়কখন ৷ মঙলবাৰে ৰাজ্যসভাত আলোচনাৰ বাবে উত্থাপন কৰিছিল আইন মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে ৷ উল্লেখ্য যে,আইন মন্ত্ৰী গৰাকীয়ে বিধেয়কখন ৰাজ্যসভাত উত্থাপন কৰি কয় যে ইতিমধ্যে তিনি তালাক বহুকেইখন ইচলামিক দেশত নিষিদ্ধ কৰা হৈছে আৰু ভাৰত এখন ধৰ্ম নিৰপেক্ষ দেশ হৈয়ো তিনি তালাকক নিষিদ্ধ কৰা হোৱা নাছিল ৷ বিধেয়কখনে ইচলামসকলৰ মাজত প্ৰচলিত তিনি তালাক আইনমতে দণ্ডণীয় হিচাপে বিবেচিত হ’ব ৷

ABOUT THE AUTHOR

...view details