নিউজ ডেস্ক, 10 জুলাই: লোকসভাত উত্থাপিত এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী পীয়ুুষ গোয়েলে কয় যে ৰে'ল বিভাগত ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰাৰ কোনো প্ৰস্তাব নাই ৷ দুখন ৰে'ল ব্যক্তিগত প্ৰতিষ্ঠানক গতাই দিয়াকলৈ কৰা এক প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰা মন্ত্ৰীগৰাকীয়ে ৷ 100 দিনৰ একচন প্লেনৰ আধাৰত তেজস এক্সপ্ৰেছক ব্যক্তিগত সংস্থাক গতাই দিয়া হৈছিল ৷ Public Private Partnership model (PPP) অৱলম্বন কৰাক লৈ ইতিমধ্যে বহু বিৰোধিতাৰ সন্মুখীন হৈ আহিছিল বিভাগটো ৷
ৰে'ল বিভাগক ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ নকৰেঃ পীয়ুষ গোৱেলৰ ঘোষণা - ৰেল বিভাগ
ৰে'ল মন্ত্ৰীগৰাকীয়ে কয় যে বিগত দশকত 4.16 লাখ লোকক নিযুক্তি দিয়া হৈছিল আৰু এই বছৰ 2.98 লাখ পদ 2019 চনৰ জুনৰ 1 তাৰিখলৈ খালী হৈ আছিল ৷ এই পদসমূহত শীঘ্ৰে নিযুক্তি দিয়া হ’ব বুলি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ৷
ৰেল বিভাগ ব্যক্তিগতকৰণ কৰা কোনো প্ৰস্তাব নাই: পিয়ুষ গোয়েল
ইয়াৰ উপৰি ৰে'ল মন্ত্ৰীগৰাকীয়ে কয় যে বিগত দশকত 4.16 লাখ লোকক নিযুক্তি দিয়া হৈছিল আৰু এই বছৰ 2.98 লাখ পদ 2019 চনৰ জুনৰ 1 তাৰিখলৈ খালী হৈ আছিল ৷ এই পদসমূহত শীঘ্ৰে নিযুক্তি দিয়া হ’ব বুলি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ৷