অসম

assam

ETV Bharat / bharat

আজি বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ - আজি বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ

দেওবাৰৰ সূৰ্যগ্ৰহণ পূৰ্ণগ্ৰাস নহয়, আংশিক সূৰ্যগ্ৰহণহে ৷ এই গ্ৰহণক বলয় আকাৰত দেখা যাব কাৰণে ইয়াক ‘বলয়গ্ৰাস গ্ৰহণ ‘ বুলি কোৱা হয় ।

Solar eclipse update
আজি বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ

By

Published : Jun 21, 2020, 8:06 AM IST

নিউজ ডেস্ক, 21 জুন : দেওবাৰে প্ৰত্যক্ষ কৰিব পৰা যাব বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ ৷ পুৱা 9 বাজি 15 মিনিটৰ বজাৰ পৰা বিয়লি 3 বাজি 4 মিনিটলৈকে প্ৰত্যক্ষ হ'ব এই সূৰ্যগ্ৰহণ ৷ ভাৰতৰ পৰাও প্ৰত্যক্ষ হ'ব এই সূৰ্যগ্ৰহণ ৷ ভাৰতৰ লগতে এছিয়া, আফ্ৰিকা, ইউৰোপ আৰু অষ্ট্ৰেলিয়াৰ পৰাও প্ৰত্যক্ষ কৰিব পৰা যাব সূৰ্যগ্ৰহণ ৷

আজি বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ

দেওবাৰৰ সূৰ্যগ্ৰহণ পূৰ্ণগ্ৰাস নহয়, আংশিক সূৰ্যগ্ৰহণহে ৷ এই গ্ৰহণক বলয় আকাৰত দেখা যাব কাৰণে ইয়াক ‘বলয়গ্ৰাস গ্ৰহণ ‘ বুলি কোৱা হয় । এই গ্ৰহণ 3 বাজি 4 মিনিটলৈকে প্ৰত্যক্ষ হ'ব যদিও পুৱা 10 বাজি 17 মিনিটৰ পৰা বিয়লি 2 বাজি 2 মিনিটলৈহে পৰিপূৰ্ণ ৰূপত গ্ৰহণ দেখা যাব ৷ আনহাতে অসমত পুৱা 10 বাজি 57 মিনিটত সূৰ্যগ্ৰহণ আৰম্ভ হৈ অন্ত পৰিব দিনৰ 2 বাজি 24 মিনিটত ৷ 2019 চনৰ 26 ডিচেম্বৰত অন্তিমবাৰলৈ হৈছিল বলয়গ্ৰাস সূৰ্যগ্ৰহণ ৷

লগতে পঢ়ক : গুৱাহাটী মহানগৰীত সঘনে চিনাক্ত হৈছে কোভিড-19 আক্ৰান্ত ৰোগী

ABOUT THE AUTHOR

...view details