অসম

assam

ETV Bharat / bharat

কৃষি ক্ষেত্ৰৰ বিকাশৰ বাবে প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ - কৃষিখণ্ডৰ বিকাশ

পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে কৃষিক্ষেত্ৰৰ বিকাশৰ বাবে পৰ্যালোচনা কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে । কৃষকৰ চিন্তা আৰু সামগ্ৰিক উন্নতিৰ বাবে এই চিন্তা কৰা হৈছে ৷

punjab-cm-urges-modi-to-review-ordinances-on-farm-sector
punjab-cm-urges-modi-to-review-ordinances-on-farm-sector

By

Published : Jun 15, 2020, 11:50 PM IST

নিউজ ডেস্ক, ১৫ জুন : লকডাউনৰ মাজতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে কৃষিক্ষেত্ৰৰ বাবে কেন্দ্ৰৰ নিৰ্দেশৰ পৰ্যালোচনা কৰাৰ আহ্বান জনাইছে ।

মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰীক এখন পত্ৰৰ জৰিয়তে সকলো ভাৰতীয়ৰ মংগলৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যৰ সহযোগিতা কৰাৰ বাবে সহযোগিতা বিচাৰিছে । লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে APMC ৰ অধীনত কৃষি বজাৰ আৰু ভৌতিক সীমাৰ বাহিৰেও আৰু লগতে কৃষিৰ উদপাদন বৃদ্ধি কৰাৰ বাবে চেষ্টা চলাইছে ।

পঞ্জাৱৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি, কৃষকৰ চিন্তা আৰু সামগ্ৰিক উন্নতিৰ বাবে এই চিন্তা কৰা হৈছে ৷

ABOUT THE AUTHOR

...view details