অসম

assam

By

Published : May 24, 2019, 8:44 AM IST

ETV Bharat / bharat

মুম্বাইত বিধ্বংসী অগ্নিকাণ্ড

নিহত 2, বৰ্তমানেও অব্যাহত উদ্ধাৰ অভিযান ৷

মুম্বাইত বিধ্বংসী অগ্নিকাণ্ড

নিউজ ডেস্ক, 24 মে' : মুম্বাইৰ ভিন্দী বজাৰত বিধ্বংসী অগ্নিকাণ্ড ৷ বৃহস্পতিবাৰে নিশা সূত্ৰপাত হোৱা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱাইন দুজনকৈ লোকে ৷ অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত হয় বহু কেইজন লোক ৷

ভিন্দী বজাৰৰ এটা অট্টালিকাত নিশা সূত্ৰপাত হয় অগ্নিকাণ্ডটো ৷ নিমিষতে এই জুই বিয়পি পৰে ওচৰ-পাজৰৰ আন ঠাইসমূহতো ৷ অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ অট্টালিকাটোৰ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱাৰ লগতে জুইৰ কৱলত আৱদ্ধ হৈ পৰা 12 জনকৈ লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান ৷

ABOUT THE AUTHOR

...view details