নিউজ ডেস্ক,16 ছেপ্তেম্বৰ:কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শাৰিৰীক অসুস্থতা অনুভৱ কৰাত ঘৰুৱা চিকিৎসকৰ পৰামৰ্শ অনুসাৰে স্বাস্থ্য পৰীক্ষা কৰাত শৰীৰত ধৰা পৰে মাৰাত্মক ভাইৰাছবিধৰ উপস্থিতি ৷ সম্প্ৰতি সুস্থ ভাৱে থকা মন্ত্ৰীগৰাকীয়ে টুইটযোগে প্ৰকাশ কৰে এই কথা ৷ লগতে মন্ত্ৰীগৰাকীৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ অহা প্ৰতিগৰাকী ব্যক্তিকে স্বাস্থ্য পৰীক্ষা কৰিবলৈ অনুৰোধ জনাই গাডকাৰীয়ে ৷
কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ দেহত কোভিড 19 - কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ দেহত কোভিড 19
কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ সম্প্ৰতি সুস্থ ভাৱে থকা মন্ত্ৰীগৰাকীয়ে টুইটযোগে প্ৰকাশ কৰে এই কথা ৷
নীতিন গাডকাৰীৰ দেহত কোভিড 19