অসম

assam

ETV Bharat / bharat

নিৰ্ভয়া কাণ্ড : ৰাষ্ট্ৰপতিৰ ৰায়দানক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান অপৰাধীৰ - ৰাষ্ট্ৰপতিৰ ক্ষমা আবেদন নাকচ

নিৰ্ভয়া কাণ্ডৰ অন্যতম দোষী বিনয় শৰ্মা দ্বাৰস্থ হৈছে উচ্চতম ন্যায়ালয়ৰ ৷ ৰাষ্ট্ৰপতিয়ে ক্ষমা আবেদন নাকচ কৰাৰ পাচতে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে শৰ্মা ৷

ৰাষ্ট্ৰপতিৰ ৰায়দানক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান বিনয় শৰ্মাৰ
উচ্চতম ন্যায়ালয়

By

Published : Feb 11, 2020, 8:02 PM IST

নেশ্যনেল ডেস্ক, 11 ফেব্ৰুৱাৰী : নিৰ্ভয়া কাণ্ডৰ মৃত্যুদণ্ডৰ ৰায়দান লাভ কৰা চাৰি অপৰাধীৰ অন্যতম বিজয় শৰ্মা মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ৷ ৰাষ্ট্ৰপতিয়ে ক্ষমা আবেদন নাকচ কৰাৰ পাচতে এই ৰায়ৰ প্ৰত্যাহ্বান জনাই বিনয় শৰ্মা উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে ৷

আনহাতে, নিজৰ অধিবক্তা এ. পি. সিঙৰ জৰিয়তে মৃত্যুদণ্ডৰ ৰায়ক আজীৱন কাৰাদণ্ডলৈ সলনি কৰিবলৈও আবেদন কৰে শৰ্মাই ৷

আৰু পঢ়ক : দিল্লীৰ মচনদত পুনৰ কেজৰিৱাল : বিজেপিৰ 7, কংগ্ৰেছৰ 0

ABOUT THE AUTHOR

...view details