অসম

assam

By

Published : Jun 18, 2020, 6:15 PM IST

ETV Bharat / bharat

৫৭ টা ভোটৰ সমৰ্থনত নেপালৰ উচ্চ সদনত মানচিত্ৰ সংশোধনী বিধেয়ক গৃহীত

বৃহস্পতিবাৰে নেপালৰ সংসদত ৰাজনৈতিক-প্ৰশাসনিক বিতৰ্কিত মানচিত্ৰ সংশোধন বিধেয়কখন গৃহীত হৈছে । উচ্চ সদনতো বিধেয়কখন ৫৭ টা ভোটৰ সমৰ্থনত গৃহীত হয় । আৰু ৰাষ্ট্ৰপ্ৰতিয়ে বিধেয়কখনত সন্মতি প্ৰদান কৰে ।

nepal-passes-updated-map-bill-escalates-border-dispute-with-india
nepal-passes-updated-map-bill-escalates-border-dispute-with-india

নিউজ ডেস্ক, ১৮ জুন : কোভিড-১৯ ৰ সন্ত্ৰাসৰ মাজতে বৃহস্পতিবাৰে নেপালৰ সংসদত ৰাজনৈতিক-প্ৰশাসনিক বিতৰ্কিত মানচিত্ৰ সংশোধনী বিধেয়কখন গৃহীত হৈছে । যিখন মানচিত্ৰৰ আধাৰত ভাৰতৰ কিছু অংশ নেপালত অন্তভূক্ত কৰাৰ চিন্তা কৰিছে । নতুন মানচিত্ৰ সংশোধনী বিধেয়কখনৰ জৰিয়তে নেপালে কৌশলগত ভাবে ভাৰতৰ কালাপানী, লিপুলেখ আৰু লিম্পিয়াধুৰা অঞ্চল নেপালৰ মানচিত্ৰত অন্তভূক্ত কৰিব বিচাৰিছে ।

শনিবাৰে নেপালৰ নিম্ন সদনত বিধেষকখন গৃহীত হৈ বৃহস্পতিবাৰে উচ্চ সদনত উখাপন হয় । উচ্চ সদনতো বিধেয়কখন ৫৭ টা ভোটৰ সমৰ্থনত গৃহীত হয় । আৰু ৰাষ্ট্ৰপ্ৰতিয়ে বিধেয়কখনত সন্মতি প্ৰদান কৰে ।

হয়তো আশা কৰা মতে ঠিকে থাকিলে নেপালৰ সৈতেও সংঘটিত হ'ব পাৰে সীমা কেন্দ্ৰিক বিবাদ ।

লগতে পঢ়ক :

ABOUT THE AUTHOR

...view details